জীৱনৰ প্ৰতিটো মূহুৰ্ততে বহুত বাধা নেউচি যাব লগা হয় । তথাপি যেনেকুৱা পৰিস্থিতি আহিলেও জীৱনত যিহেতু আগবাঢ়ি যাবই লাগিব । গতিকে দূখবোৰ মুচি হাহি ধেমালিৰে দিনবোৰ জীয়াব যত্ন কৰো । প্ৰতিটো ভাল লগা মূহুৰ্তই আমাৰ মুখত হাহি বিৰিঙাই । প্ৰতিটো দুখে আমাক কঠিন হবলে শিকায় । প্ৰত্যেকৰে জীৱন কাহিনীৰ ঘটনা বোৰৰ ৰস বেলেগ বেলেগ হয় । তিতা মিঠা ভাল বেয়া সকলো বোৰ সোৱাদ লৈয়েই আমি জীৱন নামৰ নাও খন আগুৱাই লৈ যাৱ লাগিব । সকলোৱে বঠা বোৱে । কিন্ত সকলোৱে জানো সঠিক উপস্থানত গৈ পায় । ধন্যবাদ মোৰ চেনেলটো Subscribe কৰা বাবে ।


5:15

Shared 2 years ago

147 views