জীৱনৰ প্ৰতিটো মূহুৰ্ততে বহুত বাধা নেউচি যাব লগা হয় । তথাপি যেনেকুৱা পৰিস্থিতি আহিলেও জীৱনত যিহেতু আগবাঢ়ি যাবই লাগিব । গতিকে দূখবোৰ মুচি হাহি ধেমালিৰে দিনবোৰ জীয়াব যত্ন কৰো । প্ৰতিটো ভাল লগা মূহুৰ্তই আমাৰ মুখত হাহি বিৰিঙাই । প্ৰতিটো দুখে আমাক কঠিন হবলে শিকায় । প্ৰত্যেকৰে জীৱন কাহিনীৰ ঘটনা বোৰৰ ৰস বেলেগ বেলেগ হয় । তিতা মিঠা ভাল বেয়া সকলো বোৰ সোৱাদ লৈয়েই আমি জীৱন নামৰ নাও খন আগুৱাই লৈ যাৱ লাগিব । সকলোৱে বঠা বোৱে । কিন্ত সকলোৱে জানো সঠিক উপস্থানত গৈ পায় । ধন্যবাদ মোৰ চেনেলটো Subscribe কৰা বাবে ।
dhanjit vlog
Panchami doul 😍🥰
1 year ago | [YT] | 23
View 0 replies
dhanjit vlog
Happy Holi 2024 😘
1 year ago | [YT] | 17
View 3 replies
dhanjit vlog
New vlog ❤️
https://youtu.be/pQqlhZ2cyzk
2 years ago | [YT] | 70
View 0 replies
dhanjit vlog
ৰঙালী বিহুৰ শুভক্ষণে আপোনাৰ জীৱন ৰঙীন কৰি তোলক আৰু আপোনাৰ আগন্তুক দিনবোৰ শুভ হওঁক। সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অলেখ অভিনন্দন জ্ঞাপন কৰিলোঁ।
2 years ago | [YT] | 33
View 2 replies
dhanjit vlog
নিৰাশা বোৰ নাইকিয়া হৈ আশা বোৰ পূৰণ হওঁক,
সাঁচি থোৱা প্রতিটো সপোন পলকতে বাস্তৱ ৰুপ হওঁক,
আৰু এই নতুন বছৰটিয়ে আপোনাৰ বাবে কঢ়িয়াই আনক
আনন্দ আৰু সুখৰ বন্য তাৰেই কামনাৰে
আপোনাক লগতে আপোনাৰ পৰিয়াললৈ নৱবষৰ শুভেচ্ছা জনালো। Happy New Year 2023 🥳💜😊
3 years ago (edited) | [YT] | 15
View 0 replies
dhanjit vlog
Happy Diwali to all 🪔🪔🥳🥳🥳🥳
3 years ago | [YT] | 41
View 3 replies
dhanjit vlog
New vlog 😍
https://youtu.be/9cx70z6VeX0
3 years ago | [YT] | 29
View 0 replies
dhanjit vlog
New vlog আহি গʼল 😍😍https://youtu.be/eNV23r4Q9O8
3 years ago | [YT] | 43
View 1 reply
dhanjit vlog
https://youtu.be/II-uYSMWafA
3 years ago | [YT] | 39
View 1 reply
dhanjit vlog
https://youtu.be/vUwu5xdTvsA
3 years ago | [YT] | 22
View 0 replies
Load more