নমস্কাৰ সকলোকে মোৰ চেনেল madhumita Gogoi লৈ স্বাগতম জনাইছো 🙏🙏 । মই লক্ষীমপুৰৰ ছোৱালী । এই চেনেলটোৰ জৰিয়তে আপোনালোকে চাব পাৰিব অসমীয়া কবিতাৰ আবৃত্তি , চেলিব্ৰেটীসকলৰ খবৰ , Assamese WhatsApp status video আপোনালোকৰ লগত চেয়াৰ কৰিম । গতিকে মোক সহায় সহযোগ আৰু আশীৰ্বাদ দি , চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব বুলি আশা ৰাখিলোঁ ।। কিবা ভুল দেখিলে নিজৰেই ছোৱালী , বাইদেউ , ভন্টি বা বান্ধৱী বুলি আঙুলিয়াই দিব । ইউটিউবৰ জগতখনত বেছিদিন হোৱা নাই যদিও যিমান পাৰিছো আপোনালোকে ভালপোৱা ভিডিঅ' বোৰ দি যাবলৈ চেষ্টা কৰি আছো আৰু আগলৈও দি যাম । মোক সহায় সহযোগ কৰি যাব বুলি আশা ৰাখিলোঁ ।

সকলোৱে মোৰ ভিডিঅ' সমূহ চাৱ 👉
আৰু channel টোলৈ আহি👇
Like , subscribe , share কৰিব নেপাহৰিব।

Facebook page follow me 👇
Madhumita Gogoi
Instagram follow me👇
Madhu.6870
❤️ thank you ❤️