নমস্কাৰ সকলোকে মোৰ চেনেল madhumita Gogoi লৈ স্বাগতম জনাইছো 🙏🙏 । মই লক্ষীমপুৰৰ ছোৱালী । এই চেনেলটোৰ জৰিয়তে আপোনালোকে চাব পাৰিব অসমীয়া কবিতাৰ আবৃত্তি , চেলিব্ৰেটীসকলৰ খবৰ , Assamese WhatsApp status video আপোনালোকৰ লগত চেয়াৰ কৰিম । গতিকে মোক সহায় সহযোগ আৰু আশীৰ্বাদ দি , চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব বুলি আশা ৰাখিলোঁ ।। কিবা ভুল দেখিলে নিজৰেই ছোৱালী , বাইদেউ , ভন্টি বা বান্ধৱী বুলি আঙুলিয়াই দিব । ইউটিউবৰ জগতখনত বেছিদিন হোৱা নাই যদিও যিমান পাৰিছো আপোনালোকে ভালপোৱা ভিডিঅ' বোৰ দি যাবলৈ চেষ্টা কৰি আছো আৰু আগলৈও দি যাম । মোক সহায় সহযোগ কৰি যাব বুলি আশা ৰাখিলোঁ ।

সকলোৱে মোৰ ভিডিঅ' সমূহ চাৱ 👉
আৰু channel টোলৈ আহি👇
Like , subscribe , share কৰিব নেপাহৰিব।

Facebook page follow me 👇
Madhumita Gogoi
Instagram follow me👇
Madhu.6870
❤️ thank you ❤️


Madhumita Gogoi

শুনিলেনে বাৰু শুনিলে আপোনাৰো চকু পানী ওলাব 👇👇👇
https://youtu.be/-9--35rPc7k?si=6fDTk...

1 year ago | [YT] | 1

Madhumita Gogoi

কবিতা টো শুনিলে আপোনাৰো চকু পানী ওলাই যাব
https://youtu.be/CtZYBWbjOwM?si=MQWNw...

1 year ago | [YT] | 1

Madhumita Gogoi

.....শুভ জন্মদিন....
১৬ ফেব্ৰুৱাৰী বোলে মোৰ জন্ম দিন
মাৰ মৰমৰ , আশাৰ চাকি
মই জনীয়ে আজি ২২ বছৰত
দিলোঁহি ভৰি ।
সৰুৰে পৰা মা আৰু আইতাৰ মৰমত
ডাঙৰ হ'লো ।
অকলশৰীয়া মই জনীক
জীয়াই থাকিবলৈ প্ৰতিটো
পল - অনুপল সাহহক আৰু উৎসাহ
দি যোৱা মৰমৰ মা লৈ
মোৰ হৃদয় পৰা বহুত বহুত
শ্ৰদ্ধা আৰু সেৱা জনাইছো
মোৰ মাৰ পাছতে
মোৰ প্ৰতিটো ক্ষেত্ৰতেই
আগবঢ়াই নিয়া মৰমৰ মাহীলৈ
মোৰ শ্ৰদ্ধা আৰু সেৱা জনাইছো।
আজি মই খুবেই সুখী অনুভৱ কৰিছোঁ
জন্মৰ সময়ৰ পৰাই দেউতাৰ অবিহনে
মায়ে মোক
তুলি - তালি কৰিলে ডাঙৰ
বৰ্তমান মই স্নাতক মহলাৰ কলা শাখাৰ
ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী ।


মধুমিতা গগৈ
লক্ষিমপুৰ

1 year ago | [YT] | 13

Madhumita Gogoi

সকলোলৈকে ভোগৰ উৎসৱ ভোগালী তথা মাঘ বিহুৰ শুভেচ্ছা থাকিল । ভালে থাকাক সকলো 🙏🙏

ভোগালী
""""""""""""""""""""""""""
হিম চেঁচা কুঁৱলী
ফাকে ফাকে আহি
পালেহি ভোগৰ উৎসৱ
সকলোৱে মৰমৰ হেঁপাহৰ বিহুটি ।

ঘৰে ঘৰে ঢেঁকিৰ মাত
সান্দহ, চিৰা , পিঠা পনাৰে
সজাই তুলিলে ভোগৰ উৎসৱত
ভোগালীৰ জলপান।

কোনোবাই আনিলে আলু, মাটিমাহ
কোনোবাই আনিবলে হাঁহ কুমোৰা

চোতালৰ আগতে মেজি সাজিলে
ভেলা ঘৰত বনালে ভাত
সকলোৱে মিলি এসাজ খালে
আনন্দ উলাহেৰে তাত ।

পুৱাই উঠি গা ধুই মেজি জ্বলাই
জুই সেক লয় পুহৰ ঠাণ্ডা দূৰ হওঁক বুলি
ঈশ্বৰক জনালে সেৱা প্ৰাৰ্থনা
বছৰটি সুন্দৰ কৈ পাৰ হওঁক বুলি।

মধুমিতা গগৈ
লখিমপুৰ

2 years ago | [YT] | 13

Madhumita Gogoi

অনুৰাগ ❤️ মৰম দিব সকলোৱে 🙏🙏
https://youtu.be/BhIyGGPReOk?si=aZrJk...

2 years ago | [YT] | 4

Madhumita Gogoi

বিশ্ব পৰিৱেশ দিৱস
*******************************
আজি বিশ্ব পৰিৱেশ দিৱস
ঘৰে ঘৰে ৰোপন কৰোঁ আহা
এটি এটি গছৰ পুলি
চাৰিওফালে সেউজীয়া কৰোঁ
আমাৰ এই ধৰনী ।

গছে আমাক চাহ দিয়ে
আৰু দিয়ে ফল
গছৰ লগত মিলিব জানিলে
পাবা অধিক সুন্দৰ জীৱন।

নিষ্ঠুৰ মানৱে কিন্তু নাপায়
তোমাক বুজি এজোপা গছ
কাটিলে ৰোৱ লাগে
তাতকৈ অধিক গছৰ পুলি ।

আহা আমি সকলোৱে মিলি
বৃক্ষ ৰোপন কৰোঁ
চাৰিওফালৰ পৰিৱেশ টো
সেউজীয়া কৰি তোলো

মধুমিতা গগৈ
লখিমপুৰ

2 years ago | [YT] | 15

Madhumita Gogoi

শুনিবচোন এবাৰ 👇👇👇
https://youtu.be/enLWGp05wZU
https://youtu.be/enLWGp05wZU

2 years ago | [YT] | 2