Devajanivlog'sRANTIJAN

সকলোকে নমস্কাৰ জনাইছোঁ।আশা কৰো সকলোৰে নিশ্চয় ভাল,আমিয়ো ভালে আছো।আমি আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছো Youtube channal ৰ জৰিয়তে , আশা কৰো আপোনালোকে আদৰি ল'ব।আপোনালোকৰ মৰম আৰু আৰ্শিবাদেৰে এটি এটি মন প্ৰচণ্ডৰ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ।কেনে পাই নাজানো।যদি ভাল পাই এটি কমেণ্ট কৰি জনাৱচোন আৰু লগতে কেনে ভিডিঅ' আপোনালোকৰ প্ৰয়োজন তেনে ভিডিঅ' বনাৱলৈ চেষ্টা কৰিম।কেৱল আপোনালোকৰ মৰমৰ প্ৰয়োজন।আপোনালোকৰ মৰমে আমি আগবাঢ়ি যোৱাত যথেষ্ট অৰিহনা যোগাব।মই যিমান পাৰো সিমান সকলোৰে উপকাৰৰ ভিডিঅ' দিবলৈ চেষ্ট্ৰা কৰিম।----ধণ্যবাদ----
জয় আই অসম।