সকলোকে নমস্কাৰ জনাইছোঁ।আশা কৰো সকলোৰে নিশ্চয় ভাল,আমিয়ো ভালে আছো।আমি আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছো Youtube channal ৰ জৰিয়তে , আশা কৰো আপোনালোকে আদৰি ল'ব।আপোনালোকৰ মৰম আৰু আৰ্শিবাদেৰে এটি এটি মন প্ৰচণ্ডৰ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ।কেনে পাই নাজানো।যদি ভাল পাই এটি কমেণ্ট কৰি জনাৱচোন আৰু লগতে কেনে ভিডিঅ' আপোনালোকৰ প্ৰয়োজন তেনে ভিডিঅ' বনাৱলৈ চেষ্টা কৰিম।কেৱল আপোনালোকৰ মৰমৰ প্ৰয়োজন।আপোনালোকৰ মৰমে আমি আগবাঢ়ি যোৱাত যথেষ্ট অৰিহনা যোগাব।মই যিমান পাৰো সিমান সকলোৰে উপকাৰৰ ভিডিঅ' দিবলৈ চেষ্ট্ৰা কৰিম।----ধণ্যবাদ----
জয় আই অসম।
Devajanivlog'sRANTIJAN
1 year ago | [YT] | 8
View 0 replies
Devajanivlog'sRANTIJAN
সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।
3 years ago | [YT] | 22
View 2 replies
Devajanivlog'sRANTIJAN
https://youtu.be/jM-FoOjpZp0 এই লিংকটোত ক্লিক কৰি ভিডিঅ'টো চাবচোন।
3 years ago | [YT] | 15
View 1 reply
Devajanivlog'sRANTIJAN
নৱবৰ্ষৰ শভেচ্ছা জ্ঞাপন কৰিলোঁ।নতুন বৰ্ষত নৱ নৱ প্ৰভাতেৰে আপোন সকলৰ মন প্ৰাণ ভৰিপৰক তাৰেই কামনা।নতুন ভিডিঅ'বোৰ চাব দেই,লগতে আগবঢ়াই লৈ জাৱ---=====
3 years ago | [YT] | 20
View 0 replies
Devajanivlog'sRANTIJAN
https://youtu.be/yxsytwslQDM এইটো নতুন লিংক।দুখৰ এটি বিয়া নাম।নৱবৰ্ষৰ শুভেচ্ছাৰে।
3 years ago | [YT] | 25
View 0 replies
Devajanivlog'sRANTIJAN
https://youtu.be/29ibqoNPcjY মোৰ এই নতুন বিয়ানামৰ ভিডিঅ'টি চালেনে বাৰু ? যদি নাইচোৱা তেনেহ'লে ওপৰৰ লিংকটো ক্লিক কৰি চাওকচোন ভাল লাগিলে কমেণ্ট এটা কৰি অকনমান ছেয়াৰ কৰি দিবচোন !! ধণ্যবাদ, জয় আই অসম ।
3 years ago | [YT] | 21
View 4 replies
Devajanivlog'sRANTIJAN
https://youtu.be/a34Mh9WaZY4 মোৰ এই নতুন বিয়া নামটো শুনিলেনে বাৰু, যদি নাইশুনা তেনেহ'লে এতিয়াই চাই লওকচোন ।
3 years ago | [YT] | 12
View 0 replies
Devajanivlog'sRANTIJAN
https://youtu.be/u7IGJIvD3Cw এই লিংকটো ক্লিক কৰি এটি সুন্দৰ বিয়ানাম শুনিব পাৰিব আৰু সকলোকে পূৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
3 years ago | [YT] | 24
View 0 replies
Devajanivlog'sRANTIJAN
https://youtu.be/g3BCyKSvSQc ওপৰৰ লিংকটো ক্লিক কৰি বিয়ানামৰ ভিডিঅ'টো চাওকচোন।
3 years ago | [YT] | 10
View 1 reply
Devajanivlog'sRANTIJAN
তেখেতৰ আত্মাই চিৰ শান্তি পাওক তাৰেই কামনা।
3 years ago | [YT] | 17
View 1 reply
Load more