Biju's Recipe and Vlogs

Hi, my name is Bijumoni Borah. I'm host of this channel [ Biju's Recipe and Vlogs ]

"বিভিন্ন খাদ্য প্ৰস্তুত কৰা আৰু তাৰ জুতি লোৱাটো মোৰ নিচা"| লগতে নৃত্য মোৰ প্ৰিয় বিষয়। সেয়ে মন গ'লেই নাচি দিওঁ।মোৰ আজৰি পৰৰ নৃত্যবোৰ আপোনালোকেও উপভোগ কৰিব পাৰিব।

নতুন ৰেচিপি পাবলৈ মোৰ channel টো subscribe কৰিবলৈ নাপাহৰিব।






ধন্যবাদ,
Thank you


Biju's Recipe and Vlogs

Hi everyone, welcome to my new YouTube Community. Now you can post on my channel too. To get started, tell me in a post what you'd like to see next on my channel.
Visit my Community: youtube.com/@bijumoni954/community

3 weeks ago | [YT] | 0

Biju's Recipe and Vlogs

Star fruit কৰ্দৈ টেঙা

2 months ago | [YT] | 1

Biju's Recipe and Vlogs

এই মুখমণ্ডল, এই হাঁহি , এই ব্যক্তি আৰু ব্যক্তিত্ব অতুলনীয়। #জুবিন দা তোমাৰ বিষয়ে বৰ্ণনা কৰিবলৈ মই ভাষাহীন, মাথোঁ এয়াই ক'ম যে তুমি আমাৰ হৃদয়ত আছা, তুমি আমাৰ #heartthrobe

4 months ago | [YT] | 2

Biju's Recipe and Vlogs

ভোগালী বিহুৰ শুভেচ্ছাৰে আপোনালৈ বুলি সজোৱা বিশেষ জলপান।

1 year ago | [YT] | 1

Biju's Recipe and Vlogs

তিলৰ সৈতে ৰন্ধা মূৰ্গীৰ মাংস শুকান তৰকাৰী

1 year ago | [YT] | 1

Biju's Recipe and Vlogs

Fish egg recipe (coming soon)

1 year ago | [YT] | 1

Biju's Recipe and Vlogs

ৰঙালাওৰ আগৰ লগত কঁঠালগুটিৰ খাৰৰ আঞ্জা খায় নে বাৰু!

1 year ago | [YT] | 1

Biju's Recipe and Vlogs

Chicken biriyani with raita #chickenbiriyanirecipe coming soon

1 year ago | [YT] | 1

Biju's Recipe and Vlogs

Coming soon . Lemon pickles recipe. আহি আছে নেমুৰ আচাৰ বনোৱাৰ সহজ পদ্ধতি।

2 years ago | [YT] | 1