Miss Tulika Vlogs Music

Hii 💕Friends, নমস্কাৰ মোৰ নামটো হল, তুলিকা দাস, মোৰ ঘৰটো হল, লখিমপুৰত এই চেনেলটি জৰিয়তে, মই সকলো ধৰণৰ ভিডিও সমোহ দিম যেনে, গান, লোক গীত, Cover Songs, Vlogs আৰু ইত্যাদি শুনিব পাব, সকলোৱে মৰমৰ দিব বুলি আশা কৰিলো, 🎼🎬📸🎥


জয় আই অসম,,,,,,,,,,