নমস্কাৰ ৰাইজ
আপোনালোকক আমাৰ you tube চেনেল All in one Deba
লৈ স্বাগতম জনাইছো |
যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় আৰু চেনেলটো গ্ৰহণযোগ্য
বুলি ভাবে তেনেহলে এবাৰ subscribe কৰি চাব
আমাৰ ভিডিঅ'ৰ content সমূহ
➡️Funny vlogs
➡️Normal vlogs
➡️Entertainment
আপোনাৰ সহায়ে আমাক আগবাঢ়ি যোৱাত অধিক অনুপ্ৰেৰণা যোগাব🙏
Subscriber
আমাৰ পৰিয়ালৰ সদস্য
100 subscribers - 13/07/2019
200 subscribers - 22/08/2022
300 subscribers - 19/12/2022
400 subscribers -15/09/2023
500 subscribers -22/09/2024
600 subscribers -???
বহুত বহুত বহুত বেছি ধন্যবাদ🙏🙏
জয় আই অসম 🙏🙏
All in one Deba
আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুৱৰে মন মনৰ চিলা উৰুৱাই জীৱনে
অৱশেষত তেওঁ সাগৰ তলিত শুই পৰিল😭💔
#zubeengarg #allinonedeba #zubeendeath #sad
5 months ago | [YT] | 4
View 0 replies
All in one Deba
নমস্কাৰ ৰাইজ 🙏কিছু সমস্যাৰ বাবে মই নতুন ভিডিঅ🤳 upload কৰিব পৰা নাই কিন্তু নতুন ভিডিঅ অতি সোনকালে আহি আছে😌
2 years ago | [YT] | 8
View 0 replies
All in one Deba
এই পোছাক যোৰা আমাৰ আৱেগ, এই পোছাক যোৰা আমাৰ গৌৰৱ | পাঠশালা ত জনপ্রিয় এই পোছাক যোৰা | কিন্তু এতিয়া এই পোছাক যোৰা সলনি হ'ল| আনন্দৰাম বৰুৱা একাডেমি ৰ পুৰণি পোছাক যোৰা❤️
2 years ago | [YT] | 16
View 0 replies
All in one Deba
মন যায় vlog ✨ কৰিব মন যায়
2 years ago | [YT] | 17
View 0 replies
All in one Deba
Finally community features pai golu 🙏🥺||বহুত বহুত ধন্যবাদ 🙏♥️
3 years ago | [YT] | 10
View 0 replies