চেনেলটোলৈ আপোনাক স্বাগতম😊

চেনেলটোৰ দ্বাৰা অৰ্থ উপাৰ্জনৰ লক্ষ্য নহয়।

lyrics দ্বাৰা মানুহক music তৃপ্তি গ্ৰহণ কৰাটোৱে সুকীয়া, সেইবাবে lyrics video সাজোঁ।

কেতিয়াবা শব্দবোৰ আকস্মিকতে typing কৰোতে ভুল হৈ পৰে আৰু চাবলৈ পাহৰি যাওঁ যাৰ বাবে lyricsত কিছুমান শব্দ ভুল হয়, সেইবাবে ক্ষমা মাগিছোঁ।

Subscribe কৰি দিব চেনেলটো

সুন্দৰ গানবোৰ lyrics ৰ সৈতে enjoy কৰক মোৰ চেনেলত🙏🙇🙏💕