মৰমৰ জুবিন ককাইদেউৰ গীতবোৰ সংৰক্ষন কৰি ৰখাৰ এক প্রচেষ্টা....
অতীতৰ সেই গীতবোৰ আমি আমাৰ Channel ৰ জৰিয়তে সংৰক্ষন কৰি ৰাখিম।
জুবিন গাৰ্গ আমাৰ বাবে এক বুজাব নোৱাৰা অনুভূতি আদর্শ, যাক আমি সদায় মনত ৰাখিম,,,,,,
জয় জুবিন দা.......
Shared 2 months ago
377K views