নমস্কাৰ
মোৰ চেনেলটোলৈ সকলো ৰাইজকে স্বাগতম জনাইছো।
মোৰ চেনেলটো পৰিকল্পনা হৈছে অসমীয়া গৌৰব.গুৰুজনাৰ সৃষ্টি মহাপুৰুষীয়া সংস্কৃতি দিশ সমূহ বিশ্ব দৰবাৰত জিলিকাই তোলা আৰু গাওঁ অঞ্চলৰ নব প্ৰজন্মৰ মাজত লুকায় থকা সৰু সৰু প্ৰতিভাবোৰ দাঙি ধৰা।
লগতে আপোনালোকক আনন্দ মনোৰঞ্জন দিয়াটোয়ে চেনেলটো লক্ষ্য।
আগলৈ নতুন নতুন ভাল কিবা কৰিবলৈ আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদেৰে চেনেলটো আদৰি লব বুলি...
ধন্যবাদেৰে
গোপাল গগৈ
G&S GOPAL GOGOI
NAKACHARI,JORHAT ASSAM