Sangita's vlog & Pakghor

Hi, Myself Sangita Das . I'm from Assam (Barpeta).Welcome to my YouTube channel. Here you can watch every type of videoes, like recipes, traveling, beauty tips, daily blogs,kitchen tips etc. I need your support. So please do subscribe my channel and press the bell icon.

নমস্কাৰ 🙏

মোৰ channel Sangita's vlog & pakghor অলৈ আপোনালোক সকলোককে স্বাগতম জনাইছো❤।

মোৰ নাম সংগীতা । ঘৰ বৰপেটাত । আশা কৰো মোৰ ভিডিও বোৰ চাই আপোনালোকৰ ভাল লাগিব💞💗মই হৈছো এক সাধাৰণ ভাৱে থকা মানুহ । মোৰ জীৱন টো নো কেনেকৈ সাধাৰণ ভাৱে অতিবাহিত কৰো তাৰে কিছু দ‌ৃশ্ব আপোনালোকলৈ ও আগবঢ়াম । আপোনালোকে মোৰ ভিডিও চাবৰ বাবে CHANNEL তো SUBSCRIBE কৰি ৰাখিব। 🤗❤❤আশা কৰো আপোনালোকে মোক SUPPORT কৰিব।❣️🙏🙏💫💟

Sponsor/Business account- sangitadas4790@gmail.com