Dr.Pearly Dent বৰ্তমান উৎসৰ্গিত আপোনাৰ সেৱাত…!!
দাতৰ সৈতে জড়িত যিকোনো সমস্যাৰ ওপৰত আপোনালোকক অৱগত কৰি এখন সুস্থ সবল সমাজ গঠনত অৰিহনা আগবঢ়াৱোটো আমাৰ লক্ষ্য। আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ সদস্যৰ দন্ত সমস্যাৰ উপৰত তথ্য লাভ কৰিবলৈ CHANNEL টি SUBSCRIBE কৰক আৰু SHARE কৰক