Hemchandra GK Info

Assam’s reliable educational YouTube channel – “Hemchandra GK Info”

আপোনালোকৰ সুবিধাৰ্থে শৈক্ষিক, চাকৰি বা অন্যান্য তথ্যৰ লগতে অসম, উত্তৰ-পূৰ্বাঞ্চল, ভাৰত আৰু বিশ্ব বিষয়ক সাধাৰণ জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে এই চেনেলটো আপোনালোকৰ সমীপলৈ আগবঢ়ালোঁ। ইয়াত শৃংখলাবদ্ধভাৱে বিভিন্ন শিক্ষা-সামগ্ৰী আৰু তথ্যসমৃদ্ধ ভিডিঅ' আপলোড কৰা হ'ব।

আশা কৰোঁ, আপোনালোকে চেনেলটো Subscribe কৰাৰ লগতে Like, Share আৰু Comment কৰি চেনেলটো জীয়াই ৰাখিবলৈ পূৰ্ণ সহায়–সহযোগ প্ৰদান কৰিব। ☺️

(হেমচন্দ্ৰ জি.কে. ইনফ')