457K subscribers • 130 videos
One Assam

অসমী আইক প্ৰণাম
===============

আমাৰ অসম খনক আগুৱাই নিয়াৰ স্বাৰ্থত এই চেনেল "One Assam" ৰ জন্ম দিয়া হৈছে।


--আমিবোৰ যেতিয়ালৈকে স্বাৱলম্বী, সচা অৰ্থত শিক্ষিত, দক্ষ আৰু দেশপ্ৰমী নহওঁ তেতিয়ালৈকে অসমৰ উন্নতিৰ কথা ভবাতো অনৰ্থক ।

অসম খনক আগুৱাই নিব পৰা যিকোনো কাম কৰিবলৈ সাজু আছোঁ।

__সেই উদ্দেচ্ছ আগত ৰাখি এনেকুৱা কৰ্ম বা ব্যৱসায় বা ধাৰণা যাৰদ্বাৰা সংস্থাপন সম্ভব, বিভিন্ন ধাৰণা/Idea , Private/Government Job ৰ খবৰ উপলব্ধ হ'ব এইটো youtube channel " One Assam " ত।

__Like, Share আৰু Subscribe কৰি আপোনালোকৰেই নিজৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰে যেন।
ধন্যবাদ
জয় আই অসম


2:21

Shared 3 months ago

13 views