নমস্কাৰ
Welcome to RRI ACADEMY
পোনপ্ৰথমে সকলোকে আমাৰ channel টোলৈ স্বাগতম জনাইছোঁ।
আশা কৰোঁ তোমালোকৰ শৈক্ষিক জীৱনটো তোমালোকে ভবা মতে চলি আছে।
Class 9 আৰু 10 ৰ কোনো students ৰ যদি কোনো concept ত কিবা খেলি মেলি থাকে, তেতিয়া হ'লে তোমালোকে এই channel ৰ যোগেদি তোমালোকৰ সমস্যা সমূহ উপস্থাপন কৰিব পাৰিবা।
আমি যিমান পাৰোঁ সহায় কৰি যাবলৈ চেষ্টা কৰিম।
ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ, আকৌ লগ পাম, তেতিয়ালৈকে please stay with RRI ACADEMY 😊