Hofura সঁফুৰা

"সঁফুৰা" মোৰ বহুত দিনৰ প্ৰচেষ্টাৰ ফল। জ্ঞানৰ লগতে কলা সংস্কৃতি তথা সমসাময়িক সকলো ধৰণৰ বিষয়ৰ আলোচনা তথা প্ৰসাৰৰ বাবে এয়ে চেনেল তি মুকলি কৰিছে। মই যি জানো মই যি বুজি সেয়া যাতে আন দহ জনেও যাতে জনক বুজক তাৰে চেষ্টা কৰিছোঁ। সহযোগ কৰি আগ বাঢ়ি যোৱাত যাতে সহায় কৰে আশা কৰিলোঁ। ধন্যবাদ।