Assam Job Seekers

Assam Job Seekers লৈ আপোনাক স্বাগতম 🇮🇳
অসমৰ সকলো চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ খবৰ এতিয়া একেলগে। এই Channel ত আপুনি পাব —

✅ Assam Govt Jobs
✅ Private Jobs
✅ Admit Card Updates
✅ Exam Result
✅ Scholarship Updates
✅ Defence Jobs
✅ ITI / D.El.Ed / Polytechnic Admission
✅ Online Apply Process
✅ Daily Job Notifications

সঠিক তথ্য আৰু সঠিক সময়ত আপডেট দিয়াই আমাৰ লক্ষ্য।
চাকৰিৰ নতুন নতুন খবৰ পাবলৈ Channel টো Subscribe কৰি Bell Icon অন কৰি ৰাখক 🔔 ধন্যবাদ ❤️