সকলোকে মোৰ Youtube Chennel ত স্বাগতম জনাইছো।চৰাইদেউ জিলাৰ লগতে অসমৰ সকলো ঠাইৰ Vlogs পাব।লগতে Taekwondo কলাৰ Video ও পাব।মোৰ Chennel টো Subscribe কৰা বাবে ধন্যবাদ জনাইছো।