"অসমীয়া সাহিত্য সংস্কৃতিক সকলোৰে আগত চিনাকি কৰাই দিয়াই চেনেলটোৰ মূখ্য উদ্দেশ্য।

অসমীয়া সংস্কৃতি ভাওঁনা,ৰাস আৰু বহুতো চাবলৈ পাব যদি সকলোয়ে চাই ভাল পায় মোৰ এই সৰু channel টি like comment subscribe কৰি সদায় যেন এনেকৈ দি আগুৱাই যাব পাৰোঁ তাৰ সাহস দিব বুলি আশা কৰিলো ধন্যবাদ


Ramen Nath

পঞ্চভূতত বিলীন হৈ গল আমাৰ মৰমৰ জুবিন দা 😢😢😢😢
চিৰবিদায় জুবিন দা

3 months ago | [YT] | 20

Ramen Nath

জয় অগ্নিনাভ বাবা. 🔱🔱🔱 বাবাই সকলোকে মঙ্গল কৰক
ওঁ নমঃ শিবায় 🙏🙏🙏🙏

#agninavshivmandir #জয়অগ্নিনাভবাবা #everyone

6 months ago | [YT] | 47

Ramen Nath

জয় অগ্নিনাভ বাবা...বাবাই সকলোকে মঙ্গল কৰক
ওঁ নমঃ শিবায় (Om Namah Shivay) 🙏🙏🙏🙏🙏🙏

#agninavshivmandir #জয়অগ্নিনাভবাবা #everyone #facebookpost

7 months ago | [YT] | 52

Ramen Nath

Wishing you and your family happy new year 2025 🙏

1 year ago | [YT] | 3

Ramen Nath

🙏 ঐতিহ্যমণ্ডিত পাতলৰচুক গাৱঁৰ ২৬৯ বছৰীয়া " শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী আৰু বোকাখেচা ভাওনা ( নন্দোৎসৱ)"

1 year ago | [YT] | 8