"অসমীয়া সাহিত্য সংস্কৃতিক সকলোৰে আগত চিনাকি কৰাই দিয়াই চেনেলটোৰ মূখ্য উদ্দেশ্য।

অসমীয়া সংস্কৃতি ভাওঁনা,ৰাস আৰু বহুতো চাবলৈ পাব যদি সকলোয়ে চাই ভাল পায় মোৰ এই সৰু channel টি like comment subscribe কৰি সদায় যেন এনেকৈ দি আগুৱাই যাব পাৰোঁ তাৰ সাহস দিব বুলি আশা কৰিলো ধন্যবাদ