শব্দৰ শক্তি তিনি আহক লওঁ চিনি
অভিধা, লক্ষণা আৰু ব্যঞ্জনা ই তিনি ৷

অভিধাৰে শক্তিৰে শব্দ হয় অভিহিত
লুকঢাক নাই একো নাই ৰহস্য নিহিত ৷