এইটো channel ত অসমৰ বিভিন্ন ধৰণৰ প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনালোকক সহায় কৰা হৱ আৰু আমাৰ Topic সমূহ হব
📌- Gk,
📌- polity,
📌- History,
📌- Geography,
📌- World geography quality questions
সকলো ধৰণৰ Videos Upload কৰা হব ৷
এই channel টোত সদায় Video Upload কৰা হব আৰু আপোনালোকে Videos সমূহৰ Update পাবৰ বাবে channel টো subscribe কৰিব আৰু লগতে Bell icon টো টিপি থব যাতে সকলোবোৰ Video ৰ Notification আপোনালোকৰ ওচৰলৈ যায় ৷
আৰু আপোনালোকৰ সহায়-সহযোগিতা লগতে গঠনমূলক পৰামৰ্শই আমাক সদায় উৎসহিত কৰিব
📌 Video Upload Time --- Evening Time
[📍Channel Owner --- Dipankar Deka ]
ধন্যবাদ..........!!
🙏🏻🥰🙏🏻
Assam All Exam Study
What is the biggest planet of our solar system?
( সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি ?)
1 month ago | [YT] | 17
View 0 replies
Assam All Exam Study
The magazine Jonaki was first published on?
( জোনাকী আলোচনীখন প্রথম কেতিয়া প্রকাশিত হৈছিল ?)
3 months ago | [YT] | 29
View 0 replies
Assam All Exam Study
Q. অসমৰ সাহিত্যৰথী বুলি কাক জনা যায় ?
3 months ago | [YT] | 28
View 4 replies
Assam All Exam Study
Dr. APJ Abdul Kalam, famous Indian scientist's, autobiography is known as ?
( প্রসিদ্ধ ভাৰতীয় বিজ্ঞানী ড. এ.পি.জে. আব্দুল কালামৰ আত্মজীৱনী কি নামেৰে জনা যায় ?)
3 months ago | [YT] | 31
View 0 replies
Assam All Exam Study
New important question answers Video out ,, so visit this video, fast ⏩⏩
4 months ago | [YT] | 6
View 0 replies
Assam All Exam Study
আজি "অসম আৰক্ষী দিৱস"ৰ দিনটোত জনহিতাৰ্থে সেৱা আগবঢ়াই অহা অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া তথা জোৱানলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
লগতে দেশৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদ আৰক্ষী বিষয়া তথা জোৱানলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ।
আৰু আনগত দিনত নতুনকৈ নিযুক্তি লাভ কৰিব লগীয়া প্ৰাৰ্থী সকললৈও বহুত বহুত শুভেচ্ছা থাকিল।।
❣️ জয় আই অসম ❣️
4 months ago | [YT] | 20
View 0 replies
Assam All Exam Study
RIP legend 💔💔
4 months ago | [YT] | 16
View 0 replies
Assam All Exam Study
In which state of India is Jaintia tribe mainly found?
( ভাৰতৰ কোন খন ৰাজ্যত মুখ্যতঃ জয়ন্তীয়া জনজাতি পোৱা যায় ?)
6 months ago | [YT] | 28
View 0 replies
Assam All Exam Study
National Sports Day is celebrated in honour of which sportsperson?
( কোন জন খেলুৱৈৰ সন্মানত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস পালন কৰা হয় ?)
6 months ago | [YT] | 22
View 1 reply
Assam All Exam Study
ADRE 3.0 ৰ babr Video দিয়া আৰম্ভ কৰিম নে GK, History, Geography, Art and culture, Reasoning, এই Topic সমূহৰ ওপৰত
জনাওক 👇🏻👇🏻👇🏻
6 months ago | [YT] | 17
View 0 replies
Load more