এইটো channel ত অসমৰ বিভিন্ন ধৰণৰ প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনালোকক সহায় কৰা হৱ আৰু আমাৰ Topic সমূহ হব
📌- Gk,
📌- polity,
📌- History,
📌- Geography,
📌- World geography quality questions
সকলো ধৰণৰ Videos Upload কৰা হব ৷
এই channel টোত সদায় Video Upload কৰা হব আৰু আপোনালোকে Videos সমূহৰ Update পাবৰ বাবে channel টো subscribe কৰিব আৰু লগতে Bell icon টো টিপি থব যাতে সকলোবোৰ Video ৰ Notification আপোনালোকৰ ওচৰলৈ যায় ৷
আৰু আপোনালোকৰ সহায়-সহযোগিতা লগতে গঠনমূলক পৰামৰ্শই আমাক সদায় উৎসহিত কৰিব
📌 Video Upload Time --- Evening Time
[📍Channel Owner --- Dipankar Deka ]
ধন্যবাদ..........!!
🙏🏻🥰🙏🏻