মোৰ ভাল লগা এটি নাম তুমি ** । সপোন যেন লগা সেই দিনবোৰ লাহে লাহে কিছু দিথকলৈ পাতনি মেলিছে।কোনোবাই সুধিলে আপোনৰ কথা হঠাৎ পিচলি যোৱা এটি নাম তুমি ** । তোমাৰ নামতেই যেন মোৰ ভাল পোৱা।অচিনাকি তুমি বাল্যকালৰে । একেইখন পঢাশালি যদিও ১২ বছৰে মাতি নোপোৱা সেই ছোৱালীজনী তুমি **।হাই ছেকেণ্ডাৰী প্রথম বর্ষত কিবা কৰি বুকুত অলপ সাহস লৈ আগবঢ়োৱা এটি প্ৰেমৰ পস্তাৱ। তুমি মোৰ GF নহয় পত্নী হ'বানে? নাজানো প্ৰেম কি তথাপিও আধাপূৰা সপোন হাতে হাত ধৰি খোঁজে খোজ মিলাই আগবঢ়িছোঁ । আমাৰ ভালপোৱাৰ কিছু ভাল লগা মুহূর্ত ▶️ YouTube Channel #The_ignorant_lover ত সাচিছো ।
Shared 7 months ago
23 views