বুকুৰ কথা বোৰ beat ৰ জৰিয়তে কবলৈ চেষ্টা কৰিছোঁ
HIP HOP এ বাস্তৱৰ লগত jiyai থাকিব শিকাই
আৰু এটা কথা
rapper মানে গাঞ্জাৰি নহই
rapper মানে মদাহী নহই
সংস্কৃতিৰ প্ৰহৰি মই
ধন্যবাদ 🙏


∆J ARUP