মোৰ Duldul Payeng Youtube পৰিয়ালত সকলোকে আদৰণি জনাইছো আৰু মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ ।
মই বিশেষকৈ এইটো চেনেলত Lifestyle Vlog, Travel Vlog, Food Recipe & Food Challenge ভিডিও upload কৰো আৰু লগতে মোৰ জীৱনত ঘটা সৰু, ডাঙৰ, ভাল আৰু বেয়া ঘটনাক ভিডিও আকাৰে আপোনালোকৰ ওচৰত Share কৰো। যদি অজানিতে কিবা ভুল ভ্ৰান্তি হয় তেন্তে মোৰ ভূল টো আঙুলিয়াই দিয়ে যেন আৰু নিজৰ পৰিয়ালৰ সদস্য বুলি ক্ষমা কৰে যেন ।
আশা কৰোঁ আপোনালোকৰ আশীৰ্বাদ আৰু মৰমেৰে মই এই চেনেল টোক আগবঢ়াই লৈ যাব পাৰো ।
আকৌ আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ মূল্যবান সময় মোৰ চেনেলটোক দিয়া বাবে ।

জয় আই অসম ।
মিচিং ৰেংগাম ইৰৰই ।