নমস্কাৰ
মই অসমৰ লৰা হৈ আপোনালোকলৈ আন্তৰিক অভিনন্দন জনাইছোঁ মোৰ চেনেলটোলৈ। মই এজন সাংস্কৃতিক প্ৰিয় লৰা হয় আৰু মই বিভিন্ন ঠাইত ভ্ৰমণ কৰিও ভালপাও। মই আপোনালোকক জিমান পাৰো সাংস্কৃতিকে হত্তক বা বিভিন্ন ঠাইৰ VDO বা PHOTO য়ে হত্তক আপোনালোকৰ আগত YOUTUBE চেনেলটো দাৰা দেখাম আৰু অসমৰ বিভিন্ন ঠাইৰ বিষয়ে জনাম।আপোনালোকে যেন মৰমেৰে আদৰি লয়।

LIKE SHARE আৰু SUBSCRIBE কৰিব‌ নেপাহৰিব। কেনেকুৱা পালে জনাব COMMENT box ত তেতিয়াহে মই NEXT vdo টো বনাবলৈ উৎসাহ পাম।।

For Any Business enquiry-

Contact number = 9613594066

Emali = sankarjyotidutta99@gmail.com

ধন্যবাদ।
জয় আই অসম।