মোৰ চেনেললৈ আপোনালোকক স্বাগতম!🙏🏻

নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই SAMIRAN । এই চেনেলটোত আপুনি পাব entertaining আৰু creative ভিডিঅ'সমূহ। ইয়াত মই funny ভিডিঅ', Horror Story,shorts, trending content আৰু কেতিয়াবা নতুন নতুন idea লৈ ভিডিঅ' বনাওঁ।

যদি আপোনালোকৰ ভাল লাগে, তেন্তে চেনেলটো subscribe কৰক আৰু bell icon টো অন কৰি ৰাখিব 🔔

👉 দৈনিক নতুন ভিডিঅ'😍
👉 সম্পূৰ্ণ entertainment আৰু মজা😍
👉 trending আৰু viral content😍

আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ ❤️
চাই থাকক আৰু সুখে থাকক 😊🙏🏻