Thank you for watching!
পিক ইয়ৰ শ্ব' হৈছে উপাসনা আৰু সুজাতাৰ এটা কথা-বাৰ্তাৰ চেনেল। আমি চিনেমা চাই ভালপাও আৰু সেয়ে আমি এই চেনেলটোত যিকোনো চিনেমা, ছিৰিজ বা পপ কালচাৰৰ যিকোনো দৃশ্যমান অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰি আহিছো। আমি নিজৰ নিজৰ মতামত সততাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আহিছো। আমাৰ মতামতত কেতিয়াবা আমাৰ নিজস্ব দৃষ্টিভংগীও প্ৰতিফলিত হ'ব পাৰে। আপোনালোকে চাই কেনে পায়, জনাবলৈ নেপাহৰিব।
Pick Your Show is a chit-chat channel by Sujata and Upasana; two film enthusiasts discuss and share views on films, web series, or any other visual experiences derived mostly from popular culture. These may be some blunt remarks or outcomes of some consciously chosen perspectives. Please don't forget to give us feedback.



Follow us on:
Instagram: Pick Your Show
www.instagram.com/pickyourshow/
Facebook: Pick Your Show
www.facebook.com/profile.php?id=100063703736475&am…
Connect with us via chatwithacause@gmail.com
Telegram: Pick Your Show






1:02

Shared 3 years ago

133 views