নমস্কাৰ! মই অসমৰ আৰু বৰ্তমানে কলকাতাত থাকোঁ।
এই YouTube চেনেলত মই মোৰ দৈনন্দিন জীৱন, কেনেকৈ নতুন ঠাইত survive কৰিব পাৰি, কলকাতাৰ খৰচ, বাসস্থান, খাদ্য, আৰু চাকৰি সম্পৰ্কে তথ্য — এই সকলোবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম।

If you are someone from Assam or North-East India trying to settle in Kolkata or any metro city, this channel can help you with real-life experiences, job-related tips, and lifestyle hacks.

📍 চাকৰি বিচাৰি আছে?
🍱 কম খৰচত খোৱা-থকাটো কিদৰে মেনেজ কৰিব পাৰি?

এই সকলো প্রশ্নৰ উত্তৰ পাব এই চেনেলত।
Subscribe কৰক আৰু মোক আপোনাৰ মতামত জনাব — যেতিয়া আপুনি নতুন ঠাইত থাকে, তেতিয়া একেটা অভিজ্ঞতাৰ সৈতে আগবাঢ়া মানুহজনৰ সহায় অমূল্য হয়।


2:30

Assamese in WB and LEGEND ZG

Shared 4 months ago

9 views