Hello,
Welcome to the channel 'Learning with RC'. I am a teacher, having interests in general studies, quizzes, current affairs and other topics related to competitive examinations. I make videos both in English and Assamese. School, college, university students and candidates preparing for school and competitive examinations will find the contents of this channel useful.
Thank you.

নমস্কাৰ,

Learning with RC চেনেলটোলৈ স্বাগতম জনাইছো| মই এজন শিক্ষক| সাধাৰণ অধ্যয়ন, কুইজ, সাম্প্ৰতিক পৰিস্থিতি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে জড়িত অন্যান্য বিষয়ৰ প্ৰতি আগ্ৰহী। ইংৰাজী আৰু অসমীয়া দুয়োটাতে ভিডিঅ' বনাওঁ। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা পৰীক্ষাৰ্থীসকলে এই চেনেলৰ বিষয়বস্তু উপযোগী বুলি বিবেচনা কৰিব।

ধন্যবাদ.