(Namaskar ,All of you,The Learning Mate,is an Educational Channel,TLM helps you to prepare for all competitive Exam like CTET,ASSAM TET,ADRE,SSC,KVS,All central govt,Exam,STATE govt exam,We also provide Educational Tips,world information,motivational story,current info etc for daily life ।
॥ Our main goal is Learn more & prepare yourself for competitive exam॥
Thank You!
Keep suporting us )

নমস্কাৰ বন্ধু বান্ধবী সকল... আপোনালোক সকলোকে TLM চেনেল লৈ স্বাগতম জনাইছো ,মাতৃভাষা আমাৰ প্ৰাণ স্বৰুপ । মাতৃভাষাত যিকোনো চিন্তা আৰু শিক্ষা সদায় বেছি ফলপ্ৰসূ । আমি এই চেনেলৰ যোগেদি আপোনালোকলৈ বিভিন্ন শিক্ষা বিষয়ক কথা, বিভিন্ন পৰীক্ষাৰ বাবে গুৰত্বপূৰ্ন ভিডিঅ' ,মটিবেচনাল ভিডিঅ', সাক্ষাৎকাৰ, বিদ্যালয় ৰ শ্ৰেনী পাঠদান,ভ্ৰমন আদিৰ ভিডিঅ' এই চেনেলটোত আপলোড কৰিম । আমি আশা কৰিছো আপোনালোক সকলোৱে উপকৃত হব ।
ধন্যবাদ
Team TLM


2:05

Shared 3 years ago

146 views