নমস্কাৰ আমাৰ এই দাদা ভন্টি চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো🙏।। আশাকৰো আপোনালোকে মোৰ ভিদিওবোৰ সম্পূৰ্ণ কৰি চাৱ, কাৰণ মোৰ প্ৰত্যকটা ভিদিওৰ যোগেদি কিছুমান সৰু সূৰা বাতৰি দিবলৈ চেষ্টা কৰি আহিছো ।। আপোনালোকৰ অলপ মৰমে মোক বহুত খিনি উৎসাহিত কৰিব আৰু লগতে মোৰ ভিদিও বোৰ আগবাঢ়ি যোৱাত যথেস্তখিনি সহায় হব ধন্যবাদ 🙏🙏।।