সকলোলৈকে নমস্কাৰ আৰু আন্তৰিক শ্ৰদ্ধা জনাইছো আৰু মোৰ দ্বিতীয় চেনেলটোলৈ স্বাগতম জনাইছো। 🙏🙏🙏.
এই চেনেলটোৰ যোগেদি আপোনালোকক কিবা এটা ব্যতিক্ৰম দেখুৱাবলৈ প্ৰয়াস কৰিম । নতুনত্ব আনিম বুলি নকওঁ কাৰণ নতুনৰ শেষ নাই। প্ৰচুৰ সম্ভাৱনা থকা আপোনালোকৰ অকনমান সান্নিধ্যই আমাক বহুত সাহস দিব। সেই সাহসক লৈয়েই আগবাঢ়িম।
আশীৰ্বাদ কৰিব আৰু চেনেলটোৰ লগত সংযোগ হ'ব বুলি অজুত আশা থাকিল 🙏🙏🙏😊
ধন্যবাদ
অসম আৰু অসমীয়া আমাৰ স্বাভিমান।
জয় আই অসম
Hi everyone
Welcome to my second channel. This is the second channel of RJ & HM Videoblobgs.
I am from Assam, India. this channel contains vlogging, exploring, traveling, cooking etc.
If you like my videos, please subscribe to my channel 🙏
Please support me.
Thank you
Jai Aai Axom
For Business enquiries
Please feel free to communicate with us
👇
Contact_ Email ID rupjyoti00@gmail.com
My main channel link is youtube.com/@RJHMvideoblogs?si=BHwtWgM8vD4jF_Mr
Channel name 👇
RJ & HM Videoblogs