RJ & HM videoblogs

সকলোলৈকে নমস্কাৰ আৰু আন্তৰিক শ্ৰদ্ধা জনাইছো 🙏🙏🙏.
এই চেনেলটোৰ যোগেদি আপোনালোকক কিবা এটা ব্যতিক্ৰম দেখুৱাবলৈ প্ৰয়াস কৰিম । নতুনত্ব আনিম বুলি নকওঁ‌ কাৰণ নতুনৰ শেষ নাই। প্ৰচুৰ সম্ভাৱনা থকা আপোনালোকৰ অকনমান সান্নিধ্যই আমাক বহুত সাহস দিব। সেই সাহসক লৈয়েই আগবাঢ়িম।
আশীৰ্বাদ কৰিব আৰু চেনেলটোৰ লগত সংযোগ হ'ব বুলি অজুত আশা থাকিল 🙏🙏🙏😊
ধন্যবাদ

অসম আৰু অসমীয়া আমাৰ স্বাভিমান।

জয় আই অসম

Hi everyone
I am from Assam, India. this channel contains vlogging, exploring, traveling, cooking etc.
If you like my videos, please subscribe to my channel 🙏
Please support me.
Thank you

Jai Aai Axom

For Business enquiries

Please feel free to communicate with us
👇
Contact_ email_ rupjyoti00@gmail.com







0:16

Shared 8 months ago

25 views

5:36

Shared 3 years ago

1.2K views