অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ পুৰণি গীতসমূহ দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে । আশা কৰিছো আপোনালোকে মৰম চেনেহ দিব আৰু আগলৈ আগূৱাই জাবলৈ আশীর্বাদ কৰিব | 🙏🤗🥀

আৰু আপোনালোকে লাইক আৰু চেনেলতো চাচকাৰাইব কৰিবলৈ নাপাহৰিব

জয় আই অসম
জয় জুবিন দা