The Bitupon paul

আধ্যাত্মিকতাৰ লগত Link ৰাখি নিজৰ অসমীয়া ভাষাত নিজৰ Fitness Journey ৰ Experience খিনি Share কৰিম ।
না কোনো জ্ঞান না কোনো Motivation,Just Discipline হৈ নিজৰ স্বাস্থ্যটো কেনেকৈ ভালেই ৰাখিব তাৰেই Simple কিছুমান Tips দিম।
মাজে‌ মাজে আধ্যাত্মিকতাৰ কথাও আলোচনা‌ কৰিম।
✅Online training ৰ কাৰণে মোক Direct মোৰ নম্বৰত call বা whats app message কৰিব পাৰে‌(6000704352)
✅Offline training ৰ বাবে মোৰ জিমত আহিব পাৰে, মোৰ জিমখন‌ কামৰূপ জিলাৰ ক্ষেত্ৰীত অৱস্থিত, FITNESS IDEAS UNISEX GYM.