Awaz The Voice Assam

At a time when negativity is becoming a USP in the news business, Awaz -The Voice Assam (www.assam.awazthevoice.in) has been bringing out positive stories of human resilience, cooperation, mutual existence and peaceful coexistence from across India. We believe that across the fault-lines of faith, caste, region and language, many of our common concerns, shared challenges, and visions for the future, hold a lot of potential for bringing people and communities together.

যি সময়ত নেতিবাচকতা সংবাদ মাধ্যমৰ ব্যৱসায়িক লাভালাভৰ মুখ্য আহিলা হৈ পৰিছে, সেই সময়তে 'আৱাজ-দ্য ভইচ অসম' (www.assam.awazthevoice.in) এ সমগ্ৰ দেশবাসীৰ একতা, সম্প্ৰীতি, সমন্বয়, মানৱীয় মূল্যবোধ, সহযোগিতা, পাৰস্পৰিক বুজাবুজি আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ ইতিবাচক কাহিনী নিৰন্তৰভাৱে প্ৰচাৰ কৰি আহিছে। আমি বিশ্বাস কৰোঁ যে জাতি, ধৰ্ম, অঞ্চল আৰু ভাষাৰ বিবিধতা থাকিলেও আমাৰ মাজত বহুতো উমৈহতীয়া উদ্বেগ, প্ৰত্যাহ্বান আৰু উন্নত ভৱিষ্যতৰ বাবে সমূহীয়া দৃষ্টিভংগী আছে, যিয়ে মানুহ আৰু সম্প্ৰদায়সমূহক একত্ৰিত কৰাৰ যথেষ্ট সম্ভাৱনা বহন কৰে।