“Welcome to Medhali Official!
This channel is dedicated to kids and family entertainment. Here you will find fun kids videos, family moments, daily life vlogs, and entertaining shorts. Our goal is to share happiness, creativity, and beautiful memories with everyone.
We regularly upload exciting videos that are enjoyable for kids and the whole family. If you like fun, positive, and family-friendly content, this channel is perfect for you.
Subscribe to Medhali Official and join our growing YouTube family for more amazing videos every week!”
“Medhali Officialলৈ আপোনালোকক স্বাগতম।
এইটো এটা Kids আৰু Family Entertainment চেনেল। ইয়াত আপুনি ল'ৰা-ছোৱালীৰ মজাৰ ভিডিঅ’, পৰিয়ালৰ সুন্দৰ মুহূৰ্ত, দৈনন্দিন জীৱনৰ vlog আৰু entertaining shorts চাব পাৰিব।
আমাৰ লক্ষ্য হৈছে সকলোকে আনন্দ আৰু সুখৰ মুহূৰ্ত উপহাৰ দিয়া। ল'ৰা-ছোৱালী আৰু পৰিয়ালৰ বাবে ভাল আৰু মজাৰ content নিয়মীয়াকৈ আপলোড কৰা হয়।
এনে ধৰণৰ ভিডিঅ’ ভাল লাগিলে Medhali Official চেনেলটো Subscribe কৰি আমাৰ YouTube পৰিয়ালৰ অংশ হওক।”