TRIMURTI ASSAMESE 🪷

নমস্কাৰ, সকলোকে মোৰ এ নতুন youtube চেনেল তিলৈ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ এ ভক্তিমূলক চেনেল তো চাব আৰু চেনেল টো subscribe কৰি দি আগবাঢ়ি যোৱাত সহায় আগবঢ়াব বুলি আশা ৰাখিলো। আপোনালোকৰ বহুমূলীয়া দিহা পৰামৰ্শ আগবঢ়াব বুলি আশা ৰাখিলো | আপোনালোকৰ অঞ্চলৰ যিকোনো viedo সংগ্ৰহ বাবে মোৰ লগত যোগাযোগ কৰিব পাৰিব l 9101215637 নাম্বাৰ ত যোগাযোগ কৰিব। মোৰ ফেচবুক page uttam dutta আপোনালোকে follow কৰি দিব।