Pranjit Parag Creation

নমস্কাৰ
পোনপ্ৰথমে মই আপোনালোক সকলোলৈ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ।🙏🙏
অসমীয়াৰ বহুতো কৃষ্টি সংস্কৃতি সমূহ মই youtube ৰ জৰিয়তে প্ৰচাৰ প্ৰসাৰৰ কাৰণে প্ৰয়াস কৰিছোঁ।তেতিয়া হে আমাৰ কৃষ্টি সংস্কৃতি বোৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হব।যদি আপোনালোকে আমাৰ সোণৰ অসম খনৰ বুকুৰ পৰা আজি আধুনিকতাৰ গ্ৰাসত পৰি আমাৰ কৃষ্টি সংস্কৃতি বোৰ লুপ্ত হবলৈ ধৰা এই কৃষ্টি সংস্কৃতি বোৰ জীয়াই ৰাখিব বিচাৰিছে মোৰ সমভাগী হবলৈ বিচাৰিছে ।তেতিয়া হলে মোক আপোনালোকে সহায় কৰক আৰু আপোনালোকে subscribe আৰু shear কৰি মোক সকলোৰে মাজত জনপ্ৰিয় কৰি তোলক ।আপোনালোকৰ এই সহায় মোৰ অতিকৈ প্ৰয়োজন।গতিকে আপোনালোকৰ মৰম খিনিয়ে মোক আগুৱাই যোৱাত সাহস দিব।
🙏 ধন্যবাদ🙏

www.facebook.com/profile.php?id=100065330734103
www.instagram.com/pranjit_parag_creation?igsh=cHpz…