Gaffar Hussain news

নমস্কাৰ।
স্বাগতম জনাইছো মোৰ YouTube Channel Vigyapan News লৈ।
মই Gaffar Hussain আপোনালোকলৈ আগবঢ়াইছো অসম তথা ভাৰতবৰ্ষৰ সকলো ধৰণৰ চাকৰি আৰু ‌নামভৰ্তিৰ বিজ্ঞাপন‌ দিবলৈ চেষ্টা কৰিছোঁ।
এই Channel টি পছন্দ কৰিলে Subscribe কৰি ৰাখিব।
কিবা দিহা পৰামৰ্শ দিবলৈ Comments কৰিব।
ধন্যবাদ।