Putola vlog লৈ আপোনালোক সকলোকে স্বোৱাগতম ।মই দৰংৰ ছোৱালী আৰু দৰংৰে বোৱাৰী । মই এগৰাকী মাতৃ । বস্তু বনায় বা নিজ হাতেৰে কিছুমান কাপোৰত নিজে Designe কৰি পিন্ধি ভাল পাও । মোৰ ছোৱালী দুজনী আৰু মই কৰা কাপোৰ বিলাকৰ কিছুমান অভিজ্ঞ্যতা youtube ৰ জৰিয়তে আপোনালোকক দেখাবলৈ পাৰিছো । নাজানো কিমান সফল হও ,কিন্তু মোৰ চেষ্টা সদায় অব্যাহত থাকিব।


4:39

Shared 1 year ago

77 views