Jollywood Unofficial

চেনেলটোৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰৰ নতুন নতুন খবৰ লাভ কৰিব, যি একমাত্ৰ চলচ্চিত্ৰ জগতখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেই হব। চেনেলৰ যিকোনো ভিডিঅ'ক লৈ উজৰ আপত্তি থাকিলে অনুগ্ৰহ কৰি 🙏 আমাৰ সতে যোগাযোগ কৰক নাইবা উক্ত ভিডিঅ'ৰ তলত গৈ কমেণ্টত জনাব পাৰিব।।।

Jollywood Unofficial অন্যতম চেনেল যাৰ জৰিয়তে আমি আপোনালোকলৈ অসমীয়া চলচ্চিত্ৰৰ প্ৰতিটো খবৰ লৈ অহাৰ চেষ্টা কৰোঁ।

Logo টো সুন্দৰকৈ সজাই আমাক উপহাৰ হিচাপে আগবঢ়াইছে তন্ময় দাস ( instagram.com/ton_ton_moy?igshid=YmMyMTA2M2Y )

তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জনোৱাৰ লগতে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।।।


3:00

Jollywood Unofficial and Deep's Informative Vlog

Shared 5 months ago

64 views