We human beings consider ourselves the greatest living creatures, but it is also time for us to think about the birds and animals. Today, many animals and birds are becoming almost extinct. Please become a nature lover and help us protect and conserve wildlife and birds.

If you notice any mistakes in my videos, I kindly request you to point them out.

If you are new to this channel, please subscribe and don’t forget to Like and Comment on the videos🙏🙏🙏


জীৱ জগতৰ আমিয়েই শ্ৰেষ্ঠ জীৱ, চৰাই-চিৰিকটিৰ বাবে ভাবিব হ'ল‌। আজিৰ দিনত বহুতো জীৱ-জন্তু, চৰাই-চিৰকটি প্ৰায় নাইকিয়া হৈছে‌। আপুনিও এজন প্ৰকৃতিৰ প্ৰেমিক হৈ উঠক আৰু আমাকো সহায় কৰক জীৱ-জন্তু, চৰাই-চিৰকটি সংৰক্ষণ কৰিবলৈ।

মোৰ ভিডিও বোৰত কিবা ভুল দেখিলে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ।

যদি চেনেল টোলৈ আপুনি নতুন কৈ আহিছে তেন্তে চেনেলটো subscribe আৰু ভিডিঅ' বোৰ Like, Comment কৰিব🙏🙏🙏

#sankardwild
জয় আই অসম✊✊✊


2:59

Shared 1 year ago

33 views

2:04

Shared 1 year ago

40 views