Learning With Pritom

নমস্কাৰ । মই এইটো চেনেলত আপোনালোকক উপাৰ্জনৰ লগত জড়িত কথা শ্বেয়াৰ কৰিম । কিছুমান গুৰুত্বপূৰ্ণ কথা, যিবোৰৰ পৰা কিছু পৰিমানে পইচা উপাৰ্জন কৰাৰ লগতে দৈনন্দিন জীৱনৰ গুৰুত্বপূৰ্ণ খবৰ দি যাম । ভাল পালে subscribe কৰি দিব । অনলাইনত কেনেকৈ পইচা পাব পাৰি , কেনেকৈ নতুন কাম আৰম্ভ কৰিব এই বোৰ বিষয়ৰ ওপৰত সফল ব্যক্তি সকলৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা তথ্য ভিডিঅ আকাৰে দাঙি ধৰিম ।

Hello. I will share with you about your earnings on this channel. Some important things that i will make a little money from as well as give important news of daily life. Subscribe if you like. How to get money online How to start a new job Will create information derived from the experiences of successful people in video form.


8:56

Shared 3 years ago

13K views