Samiran Traveller

নমস্কাৰ 🙏

মোৰ নাম সমীৰণ ডেকা।

Samiran Traveller ইউটিউব চেনেললৈ আপোনাক আপোনালোকক স্বাগতম জনাইছো।😍

বহুত বহুত ধ্যনবাদ আপোনাকে মোৰ ভিদিঅসমূহ চোৱা বাবে। আপোনালোক অবিহনে এই যাত্ৰা সম্ভৱ নহয়।🙏

আশা কৰোঁ আগলৈ এনে দৰে আপোনালোকৰ মৰম আশীৰ্বাদ পাই থাকিম,ইয়াত আপোনালোকে অসম তথা ভাৰতৰ বিভিন্ন ঠাইসমূহ দেখাৰ লগতে অসমৰ ধাৰ্মীক অনুস্থানবোৰ blog আকাৰে দেখুৱাবলৈ চেষ্টা কৰিম।

কিবা জৰুৰী কাম থাকিলে মোক কণ্টেক কৰিব পাৰে
samirandeka266@gmail.com