Ghritashri's Lifestyle
নমস্কাৰ 🙏সকলোকে জনাবলৈ পায় সুখী যে মোৰ Assamese Fit Talk নামৰ যোগা ইউটিউব চেনেল টো আজি ইউটিউব ৰ পৰা ঘুৰাই পাইছোঁ।যিহেতু বহুত কষ্ট সন্নিবিষ্ট হৈ আছিল চেনেল টোত আজি বৰ ভাল লাগি আছে মনটো। এতিয়া আৰু ধুনীয়া ধুনীয়া yoga video আনি থাকিম । Assamese Fit Talk channel ৰ link টো share কৰিছোঁ, যত আপোনালোকে বিনামূলীয়াকৈ অসমীয়া ভাষাত থকা video সমূহ চাই যোগা শিকিব পাৰিব, কৰিব পাৰিব । চাব আৰু মৰম দিব বুলি আশা ৰাখিলোঁ।youtube.com/@assamesefittalk5002?si=LEa8r42reJYlTl…ধন্যবাদ 🙏
6 months ago | [YT] | 107
@debojaniborah7957
Thank you ba😊
4 months ago | 0
@bandanahazarika4137
কেনেকে ঘুৰাই পালে video Ata upload কৰিব।কামত অহা video হব🙏
6 months ago | 1
@dipamanikmkm621
Yoga online class lobole kenedore contact korim ba aponak
6 months ago | 0
@zimonirayzimoniray3106
Thank you Baa subscribe kori dilu dei 😊
Ghritashri's Lifestyle
নমস্কাৰ 🙏
সকলোকে জনাবলৈ পায় সুখী যে মোৰ Assamese Fit Talk নামৰ যোগা ইউটিউব চেনেল টো আজি ইউটিউব ৰ পৰা ঘুৰাই পাইছোঁ।
যিহেতু বহুত কষ্ট সন্নিবিষ্ট হৈ আছিল চেনেল টোত আজি বৰ ভাল লাগি আছে মনটো। এতিয়া আৰু ধুনীয়া ধুনীয়া yoga video আনি থাকিম । Assamese Fit Talk channel ৰ link টো share কৰিছোঁ, যত আপোনালোকে বিনামূলীয়াকৈ অসমীয়া ভাষাত থকা video সমূহ চাই যোগা শিকিব পাৰিব, কৰিব পাৰিব । চাব আৰু মৰম দিব বুলি আশা ৰাখিলোঁ।
youtube.com/@assamesefittalk5002?si=LEa8r42reJYlTl…
ধন্যবাদ 🙏
6 months ago | [YT] | 107